-
মানুষজন সবকটি দেখুন
@airnews_ghy Official account of Regional News Unit Guwahati, All India Radio News
-
গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত নতুন বিগ্ৰহ প্ৰতিষ্ঠা হ'ব অহা ২মেত | ২০১৮ বৰ্ষৰ ১৭ নবেম্বৰত মন্দিৰৰ বিগ্ৰহ চুৰ কৰি নিয়াৰ পিছত আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে আৰক্ষীয়ে | শিল্পী ৰবীন ব'ৰে কলকাতাত সাজি উলিয়াইছে নতুন বিগ্ৰহ |
#Guwahati pic.twitter.com/1vrpHxa0lG
-
জংঘলত খাদ্যৰ অভাৱত ৰাজপথত জাবৰ ভক্ষণ কৰিলে এটা বনৰীয়া হাতীয়ে। মহানগৰীৰ পাঞ্জাবাৰীত দেখা হৈছে এনে এক হৃদয় বিদাৰক দৃশ্য। জংঘলত খাদ্যৰ অভাৱত মহানগৰীৰ ৰাজপথলৈ ওলাই আহিছিল বনৰীয়া হাতীটোৱে। ভোকৰ তাড়ণাত পথৰ দাঁতিত পৰি থকা জাবৰ খালে বনৰীয়া হাতীটোয়ে।
#Guwahati pic.twitter.com/tgaawnxDoq -
মহিলা শক্তি...!!! মহানগৰীৰ মণিপুৰীবস্তিত কালি অনুষ্ঠিত হৈ যায় মহিলাৰ ফুটবল মেচ... . .
#NandiniMagazine#assamesemagazine#womenmagazine#footballmatch#womenfootball#womenmatch#guwahaticity#citystory#womensports#womenpower#guwahati#assampic.twitter.com/aZ8d6PAOgI
-
#NewsFlash গুৱাহাটী ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক। ১৫ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ শিৱ কুমাৰক। ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক। ধৃত শিৱৰ ঘৰ বিহাৰৰ সমষ্টিপুৰত। গুৱাহাটীৰ পৰা সমষ্টিপুৰলৈ কঢ়িয়াই নিছিল গাঞ্জাখিনি।#Guwahati -
প্ৰচাৰৰ অন্তিম দিনা গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই পুৱাৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
#Guwahati pic.twitter.com/Yq1lOJGtZG -
গুৱাহাটী লোকসভা সমষ্টিৰ ভোটদান এতিয়ালৈকে শান্তিপূৰ্ণভাৱে চলি আছে দিনৰ ১১ বজালৈকে সমষ্টিটোৰ জালুকবাৰী সমষ্টিত ২৮.০৪ শতাংশ, দিছপুৰ সমষ্টিত ২৬ শতাংশ, পূব গুৱাহাটী সমষ্টিত ২৪ শতাংশ আৰু পশ্চিম গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ ২২ শতাংশ হৈছে |
#Guwahati pic.twitter.com/b6gv7cGTev
-
পুৱা ৭ বজাৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১৩খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত এলেকাৰ ১১৬ সমষ্টিত হৈছে ভোটগ্ৰহণ। অসমৰো ৪টা সমষ্টিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।অসমৰ চাৰিটা সমষ্টিত মুঠ ৭৪,৭৭,০৬২ ভোটাৰে নিৰ্ণয় কৰিব ৫৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
#Guwahati pic.twitter.com/EMa8mGD43Y
-
দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰি মহানগৰীৰ সৰুমটৰীয়াত থকা ভাড়াঘৰলৈ যায় প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙ আৰু পত্নী গুৰচৰন কৌৰ | অসমৰ পৰা ৰাজ্যসভাৰ সদস্য হোৱাৰ সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেওৰেই এটা ঘৰ ভাড়ালৈ দিছিল মনমোহন সিঙক
#Guwahati pic.twitter.com/JSOl4NAk9n
-
-
#BreakingNews গুৱাহাটীৰ সৰু মটৰীয়াত উপস্থিত মনমোহন সিং। সৰু মটৰীয়াৰ ভাড়াঘৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। কংগ্ৰেছ নেতৃত্বৰ সৈতে মিলিত হ’ল আলোচনাত। ভোটদানৰ পিছতে কংগ্ৰেছ নেতৃত্বৰ সৈতে অনুষ্ঠিত বৈঠক।#Guwahati pic.twitter.com/sJ0dXz3slp
-
মণিপুৰৰ সাতবছৰীয়া কন্যা Licypriya Kangujam এ অহা ১৩ মে'ৰ পৰা ১৭ মে'লৈ জেনেভাত অনুষ্ঠিত ষষ্ঠ "Disaster Risks Reduction 2019" ত ৰাষ্ট্ৰসংঘক সম্বোধন কৰিব। . .
#NandiniMagazine#assamesenews#womenmagazine#disasterriskreduction#manipurigirl#manipuri#guwahati#assampic.twitter.com/VBbJInhfPO
-
-
যুৱতীগৰাকীয়ে বজাই থকা থলুৱা বাদ্যবিধৰ নাম কি আপুনি বাৰু জানেনে...?
#bihu#photoshoot#model#beauty#and#nature#photography#photographer#assamese#dresses#culture#tradition#guwahati#assam#northeast_india#india#nikonphoto#nikonphotos#nikonphotography#NandiniMagazinepic.twitter.com/lAEvGiVqa5
-
-
...বাংলাদেশৰ কামাল হুছেইন নামৰ দালালৰ সহযোগত ভাৰতত প্ৰৱেশ চেন্নাইত কাম দিম বুলি দালালকেইটাই লৈছিল ২৫ হাজাৰ টকাকৈ
#Guwahati#RailwayStation#Immigrantsএই থ্রেডটি দেখান -
আজি
#গুৱাহাটী মহানগৰীত#উপমন্যু_হাজৰিকা ডাঙৰীয়াৰ প্ৰচাৰ অভিযান ।
#UpamanyuHazarika#UpamanyuHazarika4Guwahati#Guwahati#LokSabhaElections2019
#Vote_Khilonjiya#খিলঞ্জীয়া_ফাৰ্ষ্টpic.twitter.com/2a0zIr1fGQ
এই থ্রেডটি দেখান -
We are excited to announce that UClean Six Mile, Guwahati, is now live. The second outlet in the city, we have big hopes for the store as we plan for further expansion in this part of the country. And it's only gonna get better, we promise!
#UClean#Guwahati pic.twitter.com/4Dgv90ymu5
-
It's raining Dogs & Wolves in
#Guwahati . After several days of severe heat, much needed respite. Even the
are enjoying outside my home 
pic.twitter.com/6zViSGFS87
-
Benefits to flexi staff Graphics: Indian Flexi Staffing Industry Research by the Indian Staffing Federation.
#Delhi#Mumbai#Pune#Guwahati#Bengaluru#Bhubaneswar#Chennai#Lucknow#Kolkata#Chandigarh#Kochi#Patna#Udaipur#job#hiring#jobs#agency#services#recruitingpic.twitter.com/qummmyYedU
লোড হতে বেশ কিছুক্ষণ সময় নিচ্ছে।
টুইটার তার ক্ষমতার বাইরে চলে গেছে বা কোনো সাময়িক সমস্যার সম্মুখীন হয়েছে আবার চেষ্টা করুন বা আরও তথ্যের জন্য টুইটারের স্থিতি দেখুন।