-
মানুষজন সবকটি দেখুন
যাচাইকৃত অ্যাকাউন্ট@DCPNewDelhi This is the official account of DCP New Delhi. For Emergency Dial 100
যাচাইকৃত অ্যাকাউন্ট@DelhiDynamos The Official twitter account of Delhi Dynamos FC.
#RoarWithTheLions -
পুনৰ স্বৰ্ণকন্যা হিমা দাসক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যুৱশক্তিৰ সফলতাই নতুন উদ্যম আনিছে। দিল্লীত ‘নিউ ইণ্ডিয়া এনক্লেভ’ত মন্তব্য প্ৰধানমন্ত্ৰীৰ।
#Delhi pic.twitter.com/XgvsM4Ctyw
-
#BREAKING দিল্লীত মণিপুৰৰ যুৱকক হত্যা দুৰ্বৃত্তৰ। দক্ষিণ দিল্লীত ছানলাইট কলনীত ছুইহামাই খংগ্ৰাহ নামৰ ২৫ বছৰীয়া যুৱকজনক দুৰ্বৃত্তই আক্ৰমণ কৰে।#Delhi pic.twitter.com/RKMsiWsrmn
এই থ্রেডটি দেখান -
যুৱশক্তিৰ দেশ ভাৰতক ঈৰ্ষাৰে চায় অন্য ৰাষ্ট্ৰই, দিল্লীত ‘নিউ ইণ্ডিয়া এনক্লেভ’ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।
#Delhi pic.twitter.com/MLSXaVuK3O
এই থ্রেডটি দেখান -
আজি দেশৰ সকলো গাঁৱতে ডিজিটেল পে’মেণ্টৰ ব্যৱস্থা, অভিলেখসংখ্যক লোকে কৰ দিবলৈ আগবাঢ়ি আহিছে , ‘নিউ ইণ্ডিয়া এনক্লেভ’ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।
#Delhi pic.twitter.com/KkIpXKNeiZ
এই থ্রেডটি দেখান -
#Delhi Need#Blood any group at Sir Ganga Ram Hospital. Call 9810422279 via@Simply_Blood#BloodMatters -
#Delhi Need 6 units B+#blood @ National heart institute. Call 8979773149#BloodAid via@susheeleditor cc@TajinderBagga@upma23@crowngaurav@ArvindGaur#BloodMatters -
#Zomato Offer : Flat 50% Off Upto Rs.100. Code : SAVE50 Maybe user specific and Location Specific. Working in#Delhi and#Hyderabad. Check for Your Location. -
I m deeply saddened to hear the news of Class 10 student beaten 2 death in
#Delhi govt school. ॐ शांति। It has again exposed pathetic conditions of schools run by the Delhi Govt. Don't be surprised if@ArvindKejriwal starts blaming@LtGovDelhi /#Modi Ji 4 his this failure also!pic.twitter.com/d9gSZf4lvO
-
5 lucky winners with correct answer will receive exciting prizes from
#BodyFirst. So, let's get the comments rolling!#Contest#Brandambassador#Whoishe#participate#Prizes#Win#Ihff#Delhi#Healthexpo#Exhibition#Excitement#Hurry#Mybodyfirst#ContestAlertpic.twitter.com/SypNQdHLCL
-
After the
#Constitution Bench verdict by the#SupremeCourt, Central Govt to engage three heavyweights, including Harish Salve, to escalate its fight with@ArvindKejriwal Govt in#Delhi. Hey LG, Are u recommending stopping the payment of Fees to these Lawyers too? pic.twitter.com/5bOxyffctz
-
গ্ৰেটাৰ নয়দাৰ শ্বাহবেৰী গাঁৱত খহি পৰিল দুটাকৈ অট্টালিকা। এই ঘটনাত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো। এটা নিৰ্মীয়মান অট্টালিকাৰ ওপৰত কাষতে থকা আন এটা পুৰণি অট্টালিকা বাগৰি পৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
#Delhi pic.twitter.com/t5KUTMPmVw
-
PCG সদস্য ৰেৱতী ফুকন নিৰুদ্দেশ প্ৰসংগ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি। ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।
#Delhi pic.twitter.com/RmTNqaG2e0
-
অসম সন্মিলিত মহাসংঘই নাগৰিকত্ব আইনৰ ৬নং দফাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। ৬নং দফাই কেৱল অসমত ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে সুনিশ্চিত কৰে। এই দফা অসাংবিধানিক হিচাপে গণ্য কৰিবলৈ আবেদন জনাইছিল মহাসংঘই।
#Delhiএই থ্রেডটি দেখান -
আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ শুনানি। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।
#Delhi pic.twitter.com/zpxikJpn5J
এই থ্রেডটি দেখান -
স্বাধীনতা আন্দোলনতো যুৱশক্তিয়ে নিৰ্ণায়ক ভূমিকা লৈছিল, আজি নতুন ভাৰতৰ বাবে সেই ভূমিকা গ্ৰহণ কৰিব লাগিব, ‘নিউ ইণ্ডিয়া এনক্লেভ’ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।
#Delhi pic.twitter.com/JlsJr8yY0K
-
দেশৰ বাবে যুঁজাৰ বা আত্মবলিদানৰ সৌভাগ্য আমাৰ নহ’ল, কিন্তু দেশৰ বাবে কিবা এটা কৰাৰ সুবিধা আমি পাইছো, স্বাধীনতাৰ সেনানীয়ে দেখা সপোন আমি পূৰাব লাগিব : দিল্লীত ‘নিউ ইণ্ডিয়া এনক্লেভ’ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।
#Delhiএই থ্রেডটি দেখান -
বিশ্বৰ ভিতৰতে দ্ৰুত অৰ্থনীতিৰ দেশ ভাৰত, পৰিৱৰ্তনৰ বাবে প্ৰয়োজন প্ৰৱল ইচ্ছাশক্তিৰ, পৰিৱৰ্তনৰ প্ৰৱল ইচ্ছা আছে ভাৰতৰ যুৱশক্তিৰ, এই অদম্য ইচ্ছাশক্তিয়ে ৰাষ্ট্ৰ গঠনত অৰিহণা যোগাইছে : প্ৰধানমন্ত্ৰী মোদী
#Delhiএই থ্রেডটি দেখান -
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ, ‘নিউ ইণ্ডিয়া এনক্লেভ’ত দেশৰ যুৱশক্তিক সম্বোধন।
#Delhi pic.twitter.com/9j1i5v3vtN
এই থ্রেডটি দেখান -
রাজধানীতে আত্মঘাতী বিমানসেবিকা, অভিযোগের আঙুল স্বামীর দিকে https://goo.gl/Uze4ZJ
#Delhi#flightattendant#Suicide#LatestNews#BengaliNews#BanglaNews
লোড হতে বেশ কিছুক্ষণ সময় নিচ্ছে।
টুইটার তার ক্ষমতার বাইরে চলে গেছে বা কোনো সাময়িক সমস্যার সম্মুখীন হয়েছে আবার চেষ্টা করুন বা আরও তথ্যের জন্য টুইটারের স্থিতি দেখুন।