অনুসন্ধান ফলাফল
  1. মানুষজন সবকটি দেখুন

  2. ৩ ঘন্টা আগে

    যোৰহাটৰ সাংবাদিক আক্ৰমণৰ ঘটনাত ৩জনক আটক কৰে আৰক্ষীয়ে। জ্যোতিপ্ৰসাদ দাস নামৰ যুৱকজনে আক্ৰমণ কৰিছিল সাংবাদিকক। আন দুজন যুৱকে জ্যোতিপ্ৰসাদক কৰিছিল সহায়। ৫ দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল ৰাজীৱ বৰা।

  3. ২ ঘন্টা আগে

    : বাংলাদেশ জাতীয় দলের আসন্ন ত্রিদেশীয় সিরিজের স্কোয়াডে অন্তর্ভুক্ত করা হয়েছে পেসারতাসকিন আহমেদ ও পেস বোলিং অলরাউন্ডার ফরহাদ রেজাকে। তাদের নিয়ে মোট ১৯ সদস্যের স্কোয়াড যাবে আয়ারল্যান্ড, উইন্ডিজ ও বাংলাদেশের মধ্যকার ত্রিদেশীয় সিরিজে লড়তে।

  4. ২৭ এপ্রিল

    : মৰিগাঁৱৰ ময়নগুৰিত ভাতৃৰ হাতত প্ৰাণ গ’ল শিশুৰ অজামিল কোঁৱৰে জেওৰাৰ খুঁটিৰে মৰিয়াই হত্যা কৰিলে ভাতৃক ভাতৃৰ হাতত প্ৰাণ হেৰুওৱা শিশুটিৰ নাম কুশল কোঁৱৰ ১২ বছৰীয়া ভাতৃয়ে অজামিলৰ কথা নুশুনাৰ বাবেই প্ৰহাৰ

  5. ২৫ এপ্রিল

    : ১৯ মে-র আগে মোদির বায়োপিক মুক্তিতে নিষেধাজ্ঞা নির্বাচন কমিশনের

  6. ২৫ এপ্রিল

    অশান্তিজৰ্জৰ জম্মু–কাশ্মীৰৰ বেজবেহেৰাত গুলীয়াগুলী। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২গৰাকী সন্ত্ৰাসবাদী। জম্মু–কাশ্মীৰৰ অনন্তবাগত নিশা সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোত অব্যাহত উগ্ৰপন্থী বিৰোধী অভিযান।

  7. ২৪ এপ্রিল

    - আমগুৰিৰ বৰছলাত চাঞ্চল্যকৰ ঘটনা - সুৰামত্ত পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল এজনৰ - নিহত ৭০ বছৰীয়া বৃদ্ধ বগাই কালান্দি - গ্ৰেপ্তাৰ অভিযুক্ত পুত্ৰ সুৰেন কালান্দিক

  8. ২৪ এপ্রিল

    অসম-নাগালেণ্ড সীমান্তত নৃশংস হত্যাকাণ্ড। সীমান্তৰ হালোৱাটিঙত পুত্ৰই লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক। বৰচিলা বাগিচাৰ ৰঙালী পুখুৰীত সংঘটিত এই ঘটনা। থিতাতে নিহত ৭০ বছৰীয়া বগাই কালাণ্ডী। ঘটনা সন্দৰ্ভত পুত্ৰ সুৰেন কালাণ্ডীক আটক কৰে আৰক্ষীয়ে।

  9. ২৪ এপ্রিল

    ডুমডুমা ফিল’বাৰীত পথ দুৰ্ঘটনাত এজন শিক্ষক নিহত। খোজকাঢ়ি গৈ থকা শিক্ষকজনক খুন্দিয়ালে বাইকে। বাইকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল অৱসৰপ্ৰাপ্ত শিক্ষক দৰ্শন নাথ তিৱাৰীৰ।

    এই থ্রেডটি দেখান
  10. ২৪ এপ্রিল

    তিনিচুকীয়াৰ লাইপুলিত অঘটন। ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এজন লোকৰ। জানিব পৰা নাই মৃত লোকজনৰ পৰিচয়।

  11. ২৪ এপ্রিল

    টীয়ক আৰক্ষীৰ কবলত ৭টা দুৰ্ধৰ্ষ ডকাইত। কলিয়াপানীৰ ডকাইতি ঘটনাৰ সৈতে জড়িত ৭টা ডকাইত। ২৫ মাৰ্চত সংঘটিত হৈছিল ডকাইতি কাণ্ড। ৰঞ্জন গগৈৰ ঘৰৰ পৰা লুটিছিল বৃহত্‍ পৰিমাণৰ সামগ্ৰী।

  12. ২৫ এপ্রিল

    ঢেকিয়াজুলিত বৃহত্‍ পৰিমাণৰ চোৰাং চাউল জব্দ। চোৰাংকৈ চাউল বিক্ৰী কৰাৰ অভিযোগত আটক দুজন। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিক্ৰী কৰাৰ অভিযোগ। আৰক্ষীয়ে আটক কৰে তাহেৰ আলী আৰু যোগেন্দ্ৰ সৰকাৰক। ঢেকিয়াজুলীৰ পিৰাকাটাত সংঘটিত হৈছে এই ঘটনা।

  13. ২৬ এপ্রিল

    : আসন্ন বিশ্বকাপের জন্য ১৬ সদস্যের আম্পায়ার প্যানেলের ঘোষণা দিয়েছে আইসিসি। দেখে নিন তালিকা ⬇️

  14. ২৪ এপ্রিল

    অসম আৰু অৰুণাচলত ভূমিকম্পৰ জোকাৰণি। মাজনিশা ১.৪৬ বজাত জোকাৰণি অনুভূত। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১। তিনিচুকীয়া, বাংলাদেশ আৰু ম্যানমাৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত। ভূমিকম্পৰ উৎপত্তি স্থল আছিল অৰুণাচল।

  15. ২৪ এপ্রিল

    ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা ঘোষণা। বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ এই সন্মান। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে দিব এই বঁটা। ২ মে’ত মুকলি সভাত প্ৰদান কৰিব সন্মান।

  16. ২৫ এপ্রিল

    পশ্চিমবঙ্গ সিআইডির জালে 'নিখোঁজ' নোডাল অফিসার অর্ণব রায়

  17. ২৫ এপ্রিল

    : ফের বড় ধাক্কার সম্মুখীন বিরাট কোহলিরা। এবার আইপিএল থেকে ছিটকে গেল দলটির অন্যতম ভরসার প্রতীক।

  18. ২৫ এপ্রিল

    গুৱাহাটী উচ্চ ন্যায়ালয়ত দুজন ন্যায়াধীশৰ শপতগ্ৰহণ। ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু মিৰ অলফাজ আলীৰ শপতগ্ৰহণ। মুখ্য ন্যায়াধীশ এ এছ বোপান্না পাঠ কৰোৱাই শপতবাক্য।

  19. ২৫ এপ্রিল

    মিছামাৰী আৰক্ষীৰ জালত হত্যাকাৰী টাফিল তানিক। ৫মাহ পূৰ্বৰ হত্যাকাণ্ডৰ ৰহস্য উদঘাটন। শিলিগুৰিৰ যুৱতীক হত্যা কৰি জ্বলাই দিছিল টাফিলে। বেলশিৰিৰ খুটাপুটাত উদ্ধাৰ হৈছিল যুৱতীৰ অগ্নিদগ্ধ মৃতদেহ। প্ৰেমজনিত কাৰণত সংঘটিত হৈছিল এই হত্যাকাণ্ড।

  20. ২৫ এপ্রিল

    সোনার বাংলায়পরিবর্তন হয়েছে শুধু দিদির পরিবারে : নির্মলা সীতারামন Read More:

  21. ২৪ এপ্রিল

    : বিশ্বকাপের জন্য উইন্ডিজ দলে চমক, নেই একাধিক তারকা ক্রিকেটার। এক নজরে দেখে নিন ক্যারিবীয়দের বিশ্বকাপ স্কোয়াড⤵️

লোড হতে বেশ কিছুক্ষণ সময় নিচ্ছে।

টুইটার তার ক্ষমতার বাইরে চলে গেছে বা কোনো সাময়িক সমস্যার সম্মুখীন হয়েছে আবার চেষ্টা করুন বা আরও তথ্যের জন্য টুইটারের স্থিতি দেখুন।