অনুসন্ধান ফলাফল
  1. মানুষজন সবকটি দেখুন

  2. ৬ ঘন্টা আগে

    আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাক গ্ৰেপ্তাৰ কৰা প্ৰসংগ সন্দৰ্ভত APCCৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া। সাংসদ আৰ পি শৰ্মাক পদত্যাগ কৰাৰ দাবী ৰিপুণ বৰাৰ। ‘নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক তেওঁ, APSC কেলেংকাৰীত অভিযুক্ত হৈ গ্ৰেপ্তাৰ পল্লৱী শৰ্মা : ৰিপুণ বৰা

    এই থ্রেডটি দেখান
  3. ১৮ জুলাই

    - গুৱাহাটীৰ বেলতলাত শিশুক যৌন নিৰ্যাতনৰ ঘটনা - মংগল সিনহা নামৰ এটা নৰাধমৰ বিৰুদ্ধে অভিযোগ - আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অৱসৰপ্ৰাপ্ত সেনা বিষয়া মংগল সিনহাক - আয়কৰ বিভাগৰ আবাসত সুৰক্ষা জোৱান হিচাপে আছিল সিনহা - ১০ বছৰীয়া শিশু কন্যাক যৌন নিৰ্যাতন চলাইছিল মংগল সিনহাই

  4. ১৮ জুলাই

    - ১৯ ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ - কাহিলিপাৰাত হস্তাক্ষৰ পৰীক্ষাৰ বাবে মাতি গ্ৰেপ্তাৰ বিষয়াসকলক - হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ পিছতে গ্ৰেপ্তাৰ ১৯ বিষয়াক - আত্মগোপন কৰাৰ আশংকাত আজিয়েই আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে

  5. ৫৪ মিনিট আগে

    এয়াৰচেল মেক্সিছ কেলেংকাৰীত সাঙোৰ খাইছে অসমৰ আমোলাৰ নাম। CBIৰ চাৰ্জশ্বীটত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম, প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ পুত্ৰ কাৰ্তি আৰু কুমাৰ সঞ্জয়কৃষ্ণসহ ১৬জন লোকৰ নাম দাখিল।

    এই থ্রেডটি দেখান
  6. ১০ ঘন্টা আগে

    - গুৱাহাটীৰ লাচিত নগৰৰ পৰা গ্ৰেপ্তাৰ দেৱাশিস খাৰঘৰীয়াক - লাচিত নগৰত আত্মগোপন কৰি আছিল দেৱাশিস, গীতাশ্ৰী - শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে - পিতৃ ৰজনী খাৰঘৰীয়া, মাতৃ ৰুবি খাৰঘৰীয়াক নিৰ্যাতন চলোৱাৰ অভিযোগ - পুত্ৰৰ লাঞ্ছনা সহিব নোৱাৰি আত্মহত্যা কৰিছিল দুয়ো

  7. ১৩ ঘন্টা আগে

    - এক’লেণ্ডৰ বিৰুদ্ধে পুনৰ তদন্তৰ নিৰ্দেশ - অতিৰিক্ত জিলা দণ্ডাধীশ ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত অভিযান চলিব - লগত থাকিব ACP ৰিতুৰাজ গগৈ - ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব তদন্তকাৰী দলটোৱে -এইক্ষেত্ৰত পূৰ্বৰ প্ৰতিবেদনো চালি-জাৰি চোৱা হ’ব

  8. ১৩ ঘন্টা আগে

    - ডিমা হাছাও স্বায়ত্ত পৰিষদৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰসংগ - বৰ্তমানৰ পৰিষদে বিচাৰিছে ৬ মাহ বৃদ্ধি - এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে গুৱাহাটী হাই ক’ৰ্টে - ২৫ জুলাইৰ ভিতৰত চৰকাৰী অধিবক্তাই আদালতত দিব লাগিব উত্তৰ - ইতিমধ্যে ২ জুনতে সম্পূৰ্ণ হৈছে পৰিষদৰ কাৰ্যকাল

  9. ১৭ জুলাই

    - অসম আৰক্ষীক জনমুখী কৰাৰ লক্ষ্য - ৰাজ্যৰ প্ৰতিখন আৰক্ষী থানাতে হ’ব অভ্যৰ্থনা কক্ষ - পাণবজাৰ থানাত প্ৰথমটো অভ্যৰ্থনা কক্ষ মুকলি - আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই মুকলি কৰে অভ্যৰ্থনা কক্ষটো

  10. ২৪ ঘন্টা আগে

    APSC কেলেংকাৰীত জড়িত মুঠ ৬৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ৫৫গৰাকী ৰাজপত্ৰিত বিষয়া, ৫গৰাকী কৰ্মচাৰী-দালাল আৰু অপসাৰিত অধ্যক্ষ আৰু APSCৰ দুই সদস্য। ৪৬গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে। অসম আৰক্ষীয়ে টুইটাৰযোগে সদৰি কৰে এই কথা।

  11. ১৮ জুলাই

    উগ্ৰতাৰা দেৱালয়ৰ চৌহদত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰতিবাদ - মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ প্ৰবীণভাই টোগাড়িয়াৰ সমৰ্থকৰ - দেৱালয়ৰ ভিতৰত প্ৰতিবাদ কৰাক লৈ প্ৰতিক্ৰিয়া - দেৱালয় চৌহদৰ পৰা উলিয়াই দিলে প্ৰতিবাদকাৰীক - গুৱাহাটীত টোগাড়িয়াৰ সভা নিষিদ্ধ কৰাৰ বিৰোধিতা

  12. ৩ ঘন্টা আগে

    সাংসদ আৰ পি শৰ্মাৰ জীয়ৰী পল্লৱী শৰ্মাকে ধৰি ৬গৰাকী ৰাজপত্ৰিত বিষয়াৰ জামিন আবেদন খাৰিজ কৰিলে আদালতে পল্লৱী শৰ্মাই পিতৃৰ অসুস্থতাৰ বাবে জামিন আবেদন কৰিছিল হাস্পতালৰ নথি পত্ৰ চাই আবেদন খাৰিজ কৰিলে আদালতে

    এই থ্রেডটি দেখান
  13. ৫ ঘন্টা আগে

    গুৱাহাটীত গ্ৰেপ্তাৰৰ পিছতে শিৱসাগৰ সদৰ থানালৈ অনা হ’ল কুলাংগাৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়াক। আজি গুৱাহাটীৰ ছয়মাইলৰ পৰা গ্ৰেপ্তাৰ কৰে দেৱাশিসক। ১৮ দিন ধৰি আত্মগোপন কৰি আছিল কুলাংগাৰ দেৱাশিসে।

    এই থ্রেডটি দেখান
  14. ৬ ঘন্টা আগে

    P&RDৰ নিযুক্তি পৰীক্ষাৰ ফলাফল প্ৰকাশত স্থগিতাদেশ তদন্ত শেষ নোহোৱাপৰ্যন্ত প্ৰকাশ কৰিব নোৱাৰিব ফলাফল গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিলে এই নিৰ্দেশনা

    এই থ্রেডটি দেখান
  15. ১৮ জুলাই

    অনুসূচীত জাতি সঞ্চালকালয় ঘেৰাও কৰে অনুসূচীত জাতি ছাত্ৰ সন্থাই। এঘণ্টা কাৰ্যালয় ঘেৰাও কৰি ৰখাৰ পিছতো এতিয়াও ওলাই অহা নাই সঞ্চালিকা লীনা দাস। কাৰ্যালয়ত মোটায়ন আৰক্ষী অৰ্ধ সামৰিক বাহিনী।

    এই থ্রেডটি দেখান
  16. ১২ মিনিট আগে

    গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত প্ৰসূতিসহ নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। চিকিৎসকৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালৰ লোকৰ। চিকিৎসকৰ গাফিলতিত মাতৃ আৰু সন্তানৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ। মৃত প্ৰসূতিগৰাকী হাজোৰ ৰীমা বেগম।

  17. ১৮ জুলাই

    গুৱাহাটীৰ হাতীগাঁৱত মহিলা আৰক্ষী কনিষ্টবলক ছুৰিকাঘাত স্বামীৰ। আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকী। এসপ্তাহে নিখোজ আছিল কনিষ্টবলগৰাকী। আৰক্ষীৰ অনুসন্ধানত পুনেত থকাৰ তথ্য প্ৰকাশ।

    এই থ্রেডটি দেখান
  18. ১৭ জুলাই

    আজি বিশ্বজয়ী হিমা দাসৰ ঘৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী । পুৱা ১০ বজাত উপস্থিত হ’বগৈ মুখ্যমন্ত্ৰীগৰাকী। পিতৃ-মাতৃক অভিনন্দন জনাব মুখ্যমন্ত্ৰী সোণোৱালে। অংশ ল’ব নগাঁৱৰ নেহেৰুবালিত মহিলা সমাৰোহতো।

  19. ৬ ঘন্টা আগে

    গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ ধৃত ১৯গৰাকী ACS আৰু APS বিষয়া। পাণবজাৰ থানাৰ পৰা আদালতলৈ নিয়া হ’ল ৩জন বিষয়াক আৰু ৮গৰাকী মহিলা বিষয়াক। ১৪ দিনৰ বাবে জিম্মাত বিচাৰিব আৰক্ষীয়ে।

    এই থ্রেডটি দেখান
  20. ১৭ জুলাই

    প্ৰসংগ : বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব শুনানি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত শুনানি ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১ক ভিত্তিবৰ্ষ চিহ্নিতৰ আহ্বান অসম সন্মিলিত মহাসংঘই দাখিল কৰিছিল লেখ আৱেদন আগষ্টৰ পৰা ধাৰাবাহিকভাৱে গ্ৰহণ কৰিব শুনানি

  21. ১৭ জুলাই

    প্ৰবীণ টোগাড়িয়াৰ অসম ভ্ৰমণত আৰক্ষীৰ বাধা ‘দুমাহলৈ টোগাড়িয়াই কোনো সাম্প্ৰদায়িক মন্তব্য দিব নোৱাৰিব, টোগাড়িয়াই সংবাদ মাধ্যমতো কোনো কথা ক’ব নোৱাৰিব।’– ১৪৪ ধাৰাত নিষেধাজ্ঞা দিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

    এই থ্রেডটি দেখান

লোড হতে বেশ কিছুক্ষণ সময় নিচ্ছে।

টুইটার তার ক্ষমতার বাইরে চলে গেছে বা কোনো সাময়িক সমস্যার সম্মুখীন হয়েছে আবার চেষ্টা করুন বা আরও তথ্যের জন্য টুইটারের স্থিতি দেখুন।