অনুসন্ধান ফলাফল
  1. মানুষজন সবকটি দেখুন

  2. ২ ঘন্টা আগে

    অসমত আমি গঁড় মাৰি শেষ কৰিছো অথচ আমাৰেই এশিঙিয়া গঁড়ে প্ৰথমবাৰৰ বাবে কৃত্ৰিমভাৱে প্ৰজননৰ জৰিয়তে ফ্লৰিডাৰ মিয়ামীৰ চিৰিয়াখানাত মঙলবাৰে জন্ম দিছে এটি পোৱালী | ১৫ মাহ গৰ্ভধাৰনৰ পিছত আকুৰ্টি নামৰ সাত বছৰীয়া এশিঙীয়া গঁড়জনীয়ে জন্ম দিছে পোৱালীটো।

  3. ২১ ঘন্টা আগে

    অসম-নাগালেণ্ড সীমা সমস্যাৰ প্ৰসংগই স্থান পালে আয়াৰলেণ্ডৰ বিশ্ববিদ্যালয়ত | গোলাঘাটৰ জীয়াৰী তথা দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰী অন্তৰা বৰাই আয়াৰলেণ্ডৰ ডাবলিন চিটি বিশ্ববিদ্যালয়ত অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ সন্দৰ্ভত আলোচনা চক্ৰত নিজৰ আলোচনা পত্ৰ উপস্থাপন কৰে ৷

  4. ২১ ঘন্টা আগে

    ম্যানমাৰ সেনাৰ আক্ৰমনৰ পিছত বিধস্ত হৈ পৰা আলফা স্বাধীনৰ কেম্প এৰি আত্মসমৰ্পন কৰিলে মণিকান্ত সোনোৱাল ওৰফে আদৰ্শ অসমে | সংবাদমাধ্যমক ক'লে শেহতীয়া ভয়াবহ পৰিস্থিতিৰ কথা

  5. ৪ ঘন্টা আগে

    যোৰহাটৰ সাংবাদিক আক্ৰমণৰ ঘটনাত ৩জনক আটক কৰে আৰক্ষীয়ে। জ্যোতিপ্ৰসাদ দাস নামৰ যুৱকজনে আক্ৰমণ কৰিছিল সাংবাদিকক। আন দুজন যুৱকে জ্যোতিপ্ৰসাদক কৰিছিল সহায়। ৫ দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল ৰাজীৱ বৰা।

  6. ২৬ এপ্রিল

    প্ৰসিদ্ধ কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ আগবঢ়োৱা হৈছে ২০‍১৯ বৰ্ষৰ ভবেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা।অসমীয়া মেলডী সংগীতৰ স্বৰ্ণিল ধাৰাক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা প্ৰসিদ্ধ শিল্পীগৰাকীক অহা ২৮ মে'ত 'বসন্তৰ এদিন' শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰা হ'ব এই সন্মান।

  7. ২৪ এপ্রিল

    আমাৰ অসমীয়াগিৰী চলিব নে? ২৩ মেত গম পাম।

  8. ২২ ঘন্টা আগে

    বজালীৰ ভৱানীপুৰত দুটা পিষ্টলসহ এজনক গ্ৰেপ্তাৰ। ধৃত লোকজন গলিয়াৰ ৰুস্তম আলী খান। ভৱানীপুৰৰ গলিয়া গাঁৱৰ পৰা জব্দ পিষ্টল দুটা।

  9. ২৫ এপ্রিল

    'কেব' বিৰোধী আন্দোলন বোৰ বা কেতিয়া আৰম্ভ হয়, election ৰ পিছত ঘৰত বহি বহি bore হৈ গৈছোঁ। অহামাহ মানত আশা কৰিব পাৰি নে?

  10. ২৬ এপ্রিল

    ২৩ মেৰ ফলাফলৰ পিছতে নিৰ্ধাৰণ হব বিৰোধী জাতীয়তাবাদী সংগঠন আৰু নেতাসকলৰ ভৱিষ্যৎ। নিৰ্বাচনৰ সময়ত এই তথাকথিত নেতাসকলৰ মৌনতাই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে । ফলাফলৰ পিছত আমিও মুখ খুলিম ।

  11. ২৩ এপ্রিল

    প্ৰথম বাৰৰ বাবে ভোট দান কৰিব লগীয়া যুৱক যুৱতী বন্ধু সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ। দেশৰ ভবিষ্যত নিৰ্ণয় কৰাৰ বাবে আজিৰ পৰা আপোনালোকৰ দায়িত্ব বাঢ়িল।

  12. ২১ এপ্রিল

    লখিমপুৰৰ তিনিঠেঙীয়াত বিধ্বংসী অগ্নিকাণ্ড। উচমান আলী নামৰ লোকজনৰ ঘৰত জুই। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল বাসগৃহৰ লগতে নগদ ধন। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ একাংশৰ।

  13. ২৩ এপ্রিল

    আকৌ এবাৰ ......? At

  14. ২৭ এপ্রিল

    আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ সংবাদ মাধ্যমত চাঞ্চল্যকৰ স্বীকাৰোক্তি "২০১২ চনৰ পৰা আজিলৈকে বহুজন আলফা সদস্যক অস্ত্ৰলৈ পলায়ন আৰু আৰক্ষীৰ সৈতে গোপন যোগাযোগ ৰখাৰ অপৰাধত মৃত্যুদন্ড দিয়া হৈছে | এনে ব্যক্তিৰ নাম প্ৰকাশ নকৰাৰ লগতে পৰিয়ালকো নজনাই তেওলোকে" |

  15. ২৬ এপ্রিল

    আলফা স্বাধীনত চলি থকা আভ্যন্তৰীণ সংঘাতৰ মাজতে এইবাৰ তিনিজনকৈ আলফা সদস্যৰ আত্মসমৰ্পণ ৷ আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা লেফটেনেণ্ট ভাস্কৰ বৰা ওৰফে থুমুং অসম ওৰফে ভাইটি অসম সহ লেফটেনেণ্ট নিজান দলে ওৰফে জাষ্টিন অসম আৰু আদৰ্শ অসমৰ আত্মসমৰ্পণ |

  16. ১৯ এপ্রিল

    বোকাজানত নিশা EVM কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল আৰক্ষীৰ বাহনখন। এই দুৰ্ঘটনাত ১৫নং খণ্ড বিষয়াসহ কেইবাজনো জোৱান আহত হয়। বোকাজানৰ কয়লামাটিৰ পৰা বোকাজান উঃ মাঃ বিদ্যালয়ৰ ষ্ট্ৰং ৰুমলৈ আহি থকাৰ সময়তে দুৰ্ঘটনা। ক্ষতিসাধন হোৱা নাই EVMৰ।

  17. ২৩ ঘন্টা আগে

    - চণ্ডীগড় Vlog - ৰাস্তাৰ অৱস্থা -

  18. ১৯ এপ্রিল

    বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’লেহে সমাধান হ’ব অনুসূচিত জনজাতিৰ সমস্যা। কোকৰাঝাৰৰ চিদলীত এক নিৰ্বাচনী সভাত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নৱ শৰণীয়াক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় – অনুসূচিত জনজাতিৰ সমস্যা সমাধান কৰিব নোৱাৰে নৱ শৰণীয়াই।

  19. ২৩ এপ্রিল

    ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই গুৱাহাটী সমষ্টিৰ সকলো ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন। কুইন ওজাই কয় যে, "গুৱাহাটী সমষ্টিৰ ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰাব।

  20. ২০ ঘন্টা আগে

    পাঠশালাত ৫ বছৰীয়া শিশুক বলাত্কাৰ। কুকুৱা বাতাবাৰীৰ এটা ভাড়াঘৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড। অসংযত অৱস্থাত শিশুটিক উদ্ধাৰ কৰে মাতৃয়ে। অভিযুক্ত নুৰজামাল আলীক আটক কৰে আৰক্ষীয়ে। কণমানিটিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটক কৰে। ধৰ্ষণকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী দল-সংগঠনৰ।

  21. ২৭ এপ্রিল

    যোৰহাটত বন বিভাগে ট্ৰেংকুলাইজড কৰা হাতীটোৰ মৃত্যু। বালিজানত কিছুদিন পূৰ্বে ট্ৰেংকুলাইজড কৰা হৈছিল হাতীটোক। হাতীটোৱে ত্ৰাস সৃষ্টি কৰাত কৰা হৈছিল ট্ৰেংকুলাইজড।

    এই থ্রেডটি দেখান

লোড হতে বেশ কিছুক্ষণ সময় নিচ্ছে।

টুইটার তার ক্ষমতার বাইরে চলে গেছে বা কোনো সাময়িক সমস্যার সম্মুখীন হয়েছে আবার চেষ্টা করুন বা আরও তথ্যের জন্য টুইটারের স্থিতি দেখুন।